
Real Stories. Real Impact. Real-Time News. Everything happening in Assam, straight to your feed. Follow @TIME8News for the latest updates!
Guwahati
Joined November 2023
- Tweets9.6K
- Following5
- Followers90
- Likes0
-নগাঁৱৰ কঠিয়াতলীত পুনৰ চুৰিকাণ্ড। জুৱেলাৰী দোকানত চাটাৰ ভাঙি লকাৰৰ পৰা বহু সোণ-ৰূপৰ অলংকাৰ লৈ উধাও চোৰৰ দল। কেইবালাখ টকাৰ অলংকাৰ চুৰিৰ সন্দেহ। ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনচিক দলৰ তদন্ত।
#assam
6
-যোৰাবাটৰ শ্ৰী শ্ৰী ভাদ্ৰকালিশ্বৰী মন্দিৰত চুৰিকাণ্ড। নিশা মন্দিৰত প্ৰৱেশ কৰি ৰূপৰ সামগ্ৰী, দানপাত্ৰসহ বহু মূল্যৱান সামগ্ৰী লৈ উধাও চোৰৰ দল। আনকি CCTV কেমেৰাৰ DVR-ও লৈ যায় চোৰে। চুৰিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় যোৰাবাট আৰক্ষী।
#Assam
5
-মাজুলীত দুমহলীয়া বাছ উপস্থিত হোৱাৰ পিছতেই আনন্দৰ লহৰ। দুমহলীয়া বাছত উঠি ছেলফী লবলৈ ভিৰ জনতাৰ। ৰাসৰ মাজতেই অপাৰ আনন্দ
#assam
3
-প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 'ৰেঞ্জ ৰভাৰ' বাহন সংৰক্ষিত হব জুবিন ক্ষেত্ৰত । সকলো পইচা দি ওভতাই অনা হব প্ৰাণৰ শিল্পীৰ বাহনখন- পৱিত্ৰ ৰাভা
#Assam
2
-ছুপাৰমেন, স্পাইডাৰমেন নহয়; এইবাৰ বৰপেটাৰোডত ওলাইছে 'পোষ্টাৰ মেন'
-নিজাববীয়াকৈ বিভিন্ন সজাগতামূলক পোষ্টাৰ লৈ বৰপেটাৰোডৰ বিভিন্ন অঞ্চল, বজাৰত ঘূৰি ফুৰা এই যুৱকজনৰ কাৰ্যক স্থানীয় লোকে 'পোষ্টাৰ মেন' আখ্যা দিছে।
#Assam
3
-'জুবিন ক্ষেত্ৰ'ত সংৰক্ষিত হ'ব প্ৰাণৰ শিল্পীৰ 'ৰেঞ্জ ৰভাৰ'
-বাহন ক্ৰয় কৰা যুৱকজনৰ পৰা পুনৰ লৈ অনা হ'ব বাহনখন
-ইয়াৰ বাবে উদ্যোগ লৈছে পবিত্ৰ ৰাভাৰ সৈতে কেইবাজনেও
-সকলো টকা দি জুবিন ক্ষেত্ৰত সংৰক্ষণ কৰা হ'ব বাহনখন
#assam
3
-মৈৰাবাৰীত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে বিশাল সজাগতামূলক পদযাত্ৰা। পদযাত্ৰাত অংশগ্ৰহণ সাংসদ দেবাশীষ শৰ্মাৰ।
#assam
4
-খেল মহাৰণত অংশগ্ৰহণ কৰা ভাগিনসকলৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মোবাইলৰ স্ক্ৰীণত ব্যস্ত থকাৰ পৰিৱৰ্তে খেলপথাৰত নামি খেল মহাৰণত অংশগ্ৰহণ কৰা কণ কণ খেলুৱৈসকলক লৈ আনন্দ প্ৰকাশ...
#himantabiswasarma
5
-মিছামাৰি গাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৮৬সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন। উত্তৰ বৰদলনি আঞ্চলিক শাখাৰ আতিথ্যত অহা ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশনখন।
#assam
3
-পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ'ল অমৃত পাল সিঙক। আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে লৈ পঞ্জাৱলৈ লৈ যোৱা হৈছিল অমৃতপালক
#AmritpalSingh
7
-নদীৰ বুকুত পাৰি থোৱা বেঞ্চৰ ওপৰত বহি ঠাণ্ডা পানীত ভৰি দুখন ডুবাই লৈ এপিয়লা চাহ বিধায়ক মৃণাল শইকীয়াৰ। লিখিলে- ''দৈগ্ৰোং কেৱল এখন নদীয়েই নহয়, ই হাজাৰ হাজাৰ মানুহৰ জীৱনৰেখা''
#assam
5
-কামৰ পৰা ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ ই-ৰিক্সাৰ দুৰ্ঘটনা। থিতাতে কৰুণ ঘটনা লালচান আলীৰ।দিশহাৰা পত্নী, পৰিয়াললৈ নামি আহিল অমানিশা। নিশা দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টুক্ৰাপাৰাত সংঘটিত হৈছিল এই শোকাৱহ পথ দুৰ্ঘটনাটো।
#assam
7
-অসমৰ সাংস্কৃতিক জগতৰ বৰেণ্য অভিনেতা বিজু ফুকনৰ পূণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ।
-অসমীয়া অভিনয় আৰু চলচ্চিত্ৰ জগতলৈ তেখেতৰ অনবদ্য অৱদান সদায় স্মৰণীয় হৈ ৰ’ব।
#assam
6
পুনৰ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গ'ল দেশ। একেটা পৰিয়ালৰ ৯জন লোকৰ কৰুণ ঘটনা, গুৰুতৰভাৱে আহত ৬জন। ৰাজস্থানৰ কোটা–উদয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
#rajasthan
13
-ঐক্য, শৃংখলা, সহনশীলতাৰ বাবে বিটিচিৰ সদৰ কোকৰাঝাৰত মেগা মাৰাথন ৰেলী ৷ দেশৰ বিভিন্ন ৰাজ্যৰ তিনি সহস্ৰাধিক এনচিচি কেডেটছ আৰু প্ৰতিযোগীৰ অংশগ্ৰহণ ৷ মাৰাথন ৰেলীৰ বাবে ১৬ লাখৰো অধিক টকাৰ পুৰস্কাৰৰ ব্যৱস্থা।
#Assam
12
-মৰিগাঁৱৰ গেৰুৱাত ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱ। দিনে-নিশাই আখৰাত ব্যস্ত শিশু, যুৱক-যুৱতী, জীয়ৰী-বোৱাৰী তথা গায়ন-বায়ন আৰু কলা-কুশলীসকল।
#Assam
8
-বজালীৰ ডুবিৰ কৰুণ ঘটনাই জোকাৰি গৈছে ৰাজ্য। শহুৰেক-বৌয়েকৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ অজয় বায়নৰ। তদন্তত ওলাব প্ৰকৃত ৰহস্য
#assam
10
-'কোকৰাঝাৰ মোৰ সদায় প্ৰিয়'-কোকৰাঝাৰত মেগা মাৰাথন ৰেলীৰ কাৰ্যসূচীত উপস্থিত থাকি মন্তব্য অভিনেত্ৰী নিশিতা গোস্বামীৰ
#Assam
12


