পথ সুৰক্ষাৰ সৈতে বন্ধুত্ব স্থাপন কৰক আৰু সকলোৱে যান-বাহন আইন মানি চলক। এই নিয়মসমূহে নিৰাপদ আৰু সুস্থিৰ যাত্ৰাৰ দিশত পথ প্ৰদৰ্শন কৰে।
.
.
#TransportAssam
বাহন চলাই থকা অৱস্থাত আপোনাৰ মনোযোগ বিচলিত হ'বলৈ নিদিব নহ'লে ভয়ংকৰ বিপদত পৰিব পাৰে।
.
.
#TransportAssam #roadsafety #safedriving
3
3
2,485
বাহন চলোৱা সময়ত নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখক । নহ'লে ১০০০০ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে।
.
.
#transportassam #ResponsibleDriving #RoadSafetyFirst
1
2
1,422
Use your phone number when purchasing a vehicle to easily access various vehicle related services.
.
.
#TransportAssam
2
4
1,146
বাহন ক্ৰয় কৰাৰ সময়ত আপোনাৰ নিজৰ ফোন নম্বৰ ব্যৱহাৰ কৰক যাতে বাহন সম্পৰ্কীয় বিভিন্ন সেৱাসমূহ সহজে লাভ কৰিব পাৰে ।
.
.
#transportassam
বাহন চলাই থকা অৱস্থাত আপুনি ম'বাইল ফোন ব্যৱহাৰ কৰে নেকি ? যদি এনে কৰিছে তেন্তে আপুনি সাৱধান হওক নহ'লে দুৰ্ঘটনা হোৱাৰ লগতে ৫০০০ টকা পৰ্যন্ত অৰ্থদণ্ড ভৰিব লগা হব পাৰে ।
.
.
#transportassam #ResponsibleDriving
3
721
বাহনসমূহৰ মাজত নিৰাপদ ব্যৱধান থকাটো পথ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই ব্যৱধানে দুৰ্ঘটনাৰ সম্ভাৱনা হ্ৰাস কৰে আৰু সকলো দিশতে সুৰক্ষা নিশ্চিত কৰে।
@himantabiswa @keshab_mahanta @nitin_gadkari @MORTHIndia @diprassam @assampolice @GhtyTrafficPol
1
2
651
Access various vehicle-related services effortlessly through e-KYC.
.
.
#TransportAssam #eKYC #vehicleregistration
1
6
631
Access various vehicle-related services effortlessly through e-KYC
.
.
#TransportAssam #eKYC
2
543
"Safar pe nikalte waqt helmet ke saath apni dosti hamesha banaye rakhein, suraksha sabse pehle aati hai, chahe raaste kitne bhi sundar kyon na ho. Helmet pehniye, surakshit rahiyega."
.
.
#TransportAssam #WearHelmet #RoadSafety #reponsibledriving
1
467
ৰাজপথত ব্যৱহৃত এই সাংকেতিক চিহ্নটোৰ অৰ্থ হৈছে - সন্মুখত শ্ৰমিকসকলে ৰাস্তাৰ কাম কৰি আছে। বাহন চলোৱা সময়ত সকলোৱে সাংকেতিক চিহ্ন সমূহ মানি চলক আৰু দুৰ্ঘটনামুক্ত হৈ থাকক।
.
.
#transportassam
3
436
Zindagi ke is khubsurat safar mein, signal ka dhyaan rakhte hue, sambhal kar gaadi chalayen.
.
.
#transportassam
3
430
তিব্ৰবেগত গাড়ী চলালে দুৰ্ঘটনাৰ আশংকাৰ লগতে ২০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে । সেয়েহে নিৰাপদে বাহন চলোৱাৰ অভ্যাস কৰক আৰু সুৰক্ষিতভাৱে গন্তব্যস্থানত উপস্থিত হওক।
.
.
#transportassam #ResponsibleDriving #SafeDriving
2
387
Jab bhi niklo ghar se, yaad rakho ye baat, horn ke ishaare suno aur footpath ya road ka extreme left chuno.
.
.
#transportassam #roadsafety #reposnsiblecitizen
@himantabiswa @ParimalSuklaba1 @nitin_gadkari @MORTHIndia @diprassam @assampolice @GhtyTrafficPol
4
1
563
Riding on a hilly terrain is all cool, but overtaking while doing is not at all.
.
.
#TransportAssam #ResponsibleDriving #RoadSafety
2
448
The side you choose becomes your reality. Driving without a helmet is a punishable offence upto 1000 rupees, but most importantly it is risking your life, so choose wisely.
.
.
#TransportAssam #RoadSafety #TrafficRules #responsibledriving
1
387
আপোনাৰ জীৱনটো বহুত মূল্যৱান সেয়ে বাহন চলোৱা সময়ত সদায় সাৱধানতা অৱলম্বন কৰক ।
.
.
#TransportAssam #Roadsafety
5
373
Enhancing public safety through vigilance against non-compliance with helmet and seatbelt regulations, alongside other traffic offences in various areas of Kakopathar, Dirak and Doomdooma.
.
.
#TransportAssam #roadsafety #TrafficRules
1
2
349
Respectful driving means no honking near educational institutions, hospitals & courts. Let's keep the noise down and prioritize peace in these areas.
.
.
#TransportAssam #RoadSafety
2
4
343






















