Buljit Buragohain retweeted
#Guwahati has experienced rapid transformation over the years and it is necessary for us to keep the #memories of culture and heritage alive.
Here we begin with #HeritageGuwahati to celebrate the #historical flavors of our city.
@TheAshokSinghal @mygovassam @himantabiswa
Buljit Buragohain retweeted
চাৰিদিনৰ বিৰতিৰ মূৰত সংসদৰ উভয় সদন আজি পুনৰ মিলিত হ'ব। বিদেশমন্ত্রী @DrSJaishankar এ দুইখন সদনতে আজি কোৱিডসৃষ্ট পৰিস্থিতিৰ মাজতে ভাৰতীয় মূলৰ তথা বিদেশত স্থায়ীভাৱে থকা প্ৰৱাসী
ভাৰতীয়সকলৰ কল্যাণৰ হকে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে বিবৃতি দিব।
Buljit Buragohain retweeted
#IndiaFIghtsCorona
A 52-year-old person has been found positive for #Coronavirua and is Assam's first #Covid19 patient. He is undergoing treatment at Silchar Medical College. His condition is stable.
Buljit Buragohain retweeted
Urgent Request
If there is anyone from Assam who attended the religious congregation of Tablighi Jamaat at Hazrat Nizamuddin in Delhi, please IMMEDIATELY report voluntarily to the nearest government hospital or by calling Helpline no # 104.
Please treat this as very important.
Buljit Buragohain retweeted
নিজামুদ্দিন দৰগাহ তথা ইয়াৰ আশে-পাশে উপস্থিত থকা ২৯৯ গৰাকী ব্যক্তিৰ তালিকা অসম চৰকাৰৰ হাতত পৰিছে৷এইসকল ব্যক্তি অসমলৈ উভতিছে নেকি সন্ধান কৰিবলৈ জিলা প্ৰশাসনক জনোৱা হৈছে৷তেনে লোকৰৰ সন্ধান ওলালে ব্যক্তিগৰাকীৰ লগতে সংস্পৰ্শলৈ অহা সকলক পৃথকে ৰখা ব্যৱস্থা কৰাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে৷
Buljit Buragohain retweeted
এটি জৰুৰী অনুৰোধ
দিল্লীৰ হজৰত নিজামুদ্দিনৰ তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানটোত অসমৰ পৰা কোনোৱে অংশগ্ৰহণ কৰিছিল তেন্তে তেনে ব্যক্তিয়ে সমীপৰ চৰকাৰী চিকিৎসালয়ক অবগত কৰে যেন ৷ তেওঁলোকে 104 নম্বৰত ফোন কৰিও কথাটো জনাব পাৰে ৷
অামাৰ এই আহ্বানটোক অতি গুৰুত্ব সহকাৰে লব বুলি আশা কৰিলোঁ ৷
Buljit Buragohain retweeted
Assam Govt is now in possession of a list of 299 persons who were present in and around the hotspot near Nizamuddin Dargah. We've alerted dist admins to find out if these people have returned to Assam, and strict instructions issued to quarantine them if they are in the state





