District Commissioner, Golaghat retweeted
#WorldCancerAwarenessDay observed at SarupatharCollege with an awareness rally,meeting etc by engaging students, teachers,public representatives etc.ADC(Health) ShreyaSinghal,IAS,attended the event apart from other key members
@nhm_assam @dcgolaghat @A_ArogyaMandir @DIPROGolaghat
আজি ইংৰাজী ৮/১/২০২৪ তাৰিখে গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়। @CMOfficeAssam @himantabiswa
2
5
1,325
আজি গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে গোলাঘাট ক্ৰীড়া সংস্থাৰ খেলপথাৰত জিলাভিত্তিক খেল মহাৰণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত খুমটাই সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী মৃনাল শইকীয়াৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। @CMOfficeAssam @himantabiswa
1
6
834
আজি গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে গোলাঘাট ক্ৰীড়া সংস্থাৰ খেলপথাৰত জিলাভিত্তিক খেল মহাৰণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত খুমটাই সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী মৃনাল শইকীয়াৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। @CMOfficeAssam @himantabiswa
1
9
632
আজি গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় পৰিদৰ্শন কৰে। আয়ুক্ত গৰাকীয়ে বিভাগটোৰ পানী পৰীক্ষা কেন্দ্ৰটি নিৰীক্ষন কৰে আৰু কাৰিকৰী বিভাগৰ বিষয়া সকলৰ লগতো মত বিনিময় কৰে।
@CMOfficeAssam @himantabiswa
1
8
554
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাদেৱৰ সুদক্ষ নেতৃত্বত অসমবাসী ৰাইজে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১ কোটি বৃক্ষৰোপণ কৰি এক সেউজ ইতিহাস ৰচনা কৰে।তাৰ অংশস্বৰুপে আজি গোলাঘাটৰ জোনাকী নগৰত বৃক্ষৰোপণ কাৰ্য্যসূচীৰ কিছু দৃশ্য @himanta
আজি গোলাঘাটৰ পদুমনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্য্যালোচনা সভাত জিলা আয়ুক্ত ডা:পি উদয় প্ৰবীণে বিভিন্ন আঁচনি যেনে প্ৰধান মন্ত্ৰী আবাস যোজনা গ্ৰামীণ,MGNREGA,পঞ্চদশ বিত্তীয় আয়োগ অনুদানৰ যোজনা আদি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে@himantabiswa
আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক পৰ্য্যালোচনা সভাত জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণে জল জীৱন মিছন সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়া সকলৰ সৈতে এক আলোচনাত ভাগ লয় আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত আচঁনিসমূহ সম্পূৰ্ণ কৰাৰ পোষকতা কৰে @himantabiswa
আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক সভাত জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণে নগৰীয়া পানী যোগান আঁচনি সন্দৰ্ভত গোলাঘাট পৌৰসভা আৰু অসম নগৰ পানী যোগান&পয়-প্ৰণালী পৰিষদৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় আৰু ৰাইজে পৰ্য্যাপ্ত পৰিমাণে পানী পোৱাৰ পোষকতা কৰে@himantabiswa
8
509
গোলাঘাটৰ জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণ আৰু মহকুমাধিপতি শ্ৰী পাপৰি দাসে আজি গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন কৰে আৰু শিক্ষাৰ্থী-অধ্যাপকসকলৰ সৈতে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি সোনকালেই সমস্যাবোৰ সমাধান কৰা হ'ব বুলি আশ্বাস দিয়ে।@himantabiswa
গোলাঘাট জিলাৰ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সন্মিলন কেন্দ্ৰৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত জল জীৱন অভিযানৰ মিছন সঞ্চালক শ্ৰী কৈলাশ কাৰ্তিকে গোলাঘাট জিলাত জল জীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা চলায়।
গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে বিভিন্ন সমস্যা লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা,চিকিৎসাজনিত অসুবিধা আদি বিষয় লৈ অহা জনসাধাৰণৰ সৈতে মত বিনিময় কৰে।
গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন কাম-কাজৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বিভাগৰ অধীনত ৰূপায়ণ কৰা জল জীৱন অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়।























































