*🏕️ WILD ROOTS CAMPING HORNBILL'26 PACKAGES*
*Choose Your Package:*
⛺ Camping Only – ₹999/-
🍳 Camping with Breakfast – ₹1,199/-
🍽️ Camping with Breakfast & Dinner – ₹1,499/-
Facilities Available:
- Proper hygienic toilet facilities
- Dedicated dining space
- Magnificent scenic viewpoint
- Bonfire facility
Meal Plan Flexibility:
You can choose your preferred meal plan during your stay, as per your comfort and requirements. No need to decide in advance!
✨ Enjoy a peaceful camping experience amidst nature!
📩 Limited slots available. DM now to book your stay.
2
111
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ওদালগুৰি জিলাৰ পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহত সুনাম অৰ্জন কৰা কৃতি ছাত্ৰী, অৰুনোদয় একাডেমী টংলাৰ প্ৰাক্তন ছাত্ৰী, অৰুনোদয় চিনিয়ৰ চেকেণ্ডাৰী স্কুল টংলাৰ অধ্যক্ষ ড' প্ৰণৱজ্যোতি দাসৰ কন্যা ডা: আটলান্টা দাসৰ শুভ বিবাহ অনুষ্ঠানত পৰিবাৰ সহ উপস্থিত থাকি মৰমৰ আটলান্টালৈ আশীৰ্বাদ প্ৰদান কৰিলোঁ।
(টংলা, ২৫/১১/২০২৬)
1
7
329
Aryabhatta Science Centre of Udalguri district under Assam Science Technology & Environment Council (ASTEC) organised district level science based competitions (model, extempore speech, poster drawing and science Idea) at Lokapriya Bordoloi Public School, Kalaigaon on 20/11/2026. Winners will participate in the Assam state level science based competition to be held at Mani Ram Dewan Trade Centre, Guwahati on 29,30 November and 01 December/2026.
(20/11/2026)
3
82
Aryabhatta Science Centre of Udalguri district under Assam Science Technology & Environment Council (ASTEC) organised district level science based competitions (model, extempore speech, poster drawing and science Idea) at Lokapriya Bordoloi Public School, Kalaigaon on 20/11/2026. Manas Pratim Singha and Sinaha Begum of Rowta Station HS under Rowta Block won first place while Jolanta Deka, Nargis Begum and Juriti Shivam won second prize in science model competition. They will participate in the Assam state level science based competition to be held at Mani Ram Dewan Trade Centre, Guwahati on 29,30 November and 01 December/2026.
(20/11/2026)
65
কলাইগাঁৱৰ কনকলতা দাস জৈৱবৈচিত্ৰ্য উদ্যানৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত বিশ্ব খ্যাত প্ৰকৃতিপ্ৰেমী, গ্ৰীন অস্কাৰ বঁটা বিজয়ী, অসম সৌৰভ, হাড়গিলা ৰানী ড' পূৰ্ণিমা দেৱী বৰ্মনে আজি কলাইগাঁৱত চাৰি শতাধিক মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰি সকলোকে আপ্লুত কৰে। তেখেতক আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিলোঁ।
(১৬ নৱেম্বৰ,২০২৬। সোমবাৰ)।
@StorkSister
@wti_org_india
5
149
বিশ্ব খ্যাত প্ৰকৃতিপ্ৰেমী, গ্ৰীন অস্কাৰ বঁটা বিজয়ী, অসম সৌৰভ, হাড়গিলা ৰানী ড' পূৰ্ণিমা দেৱী বৰ্মনে আজি কলাইগাঁৱৰ শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত
(কলাই গাওঁ, ওদালগুৰি) সমবেত চাৰি শতাধিক মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ আয়োজক আছিল কলাইগাঁৱৰ কনকলতা দাস জৈৱবৈচিত্ৰ্য উদ্যান।
(১৬ নৱেম্বৰ,২০২৬। সোমবাৰ)।
@StorkSister @wti_org_india @assamforest
Green Oskar Awardee, world famous environmental activist famous for organising 20K strong women Hargila Army in Assam,Dr Purnima Devi Barman visited Kanaklata Das Biodiversity Park at Kalaigaon on 16/11/2026. Happy to guide her along with the members of Hargila Army in Kanaklata Das Biodiversity Park.
@StorkSister @keshab_mahanta @assamforest
বিশ্ব খ্যাত প্ৰকৃতিপ্ৰেমী, গ্ৰীন অস্কাৰ বঁটা বিজয়ী, অসম সৌৰভ, হাড়গিলা ৰানী ড' পূৰ্ণিমা দেৱী বৰ্মন ৰ সৈতে ,মত বিনিময় অনুষ্ঠানত সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।
স্হান - শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহ ।
কলাই গাওঁ, ওদালগুৰি, অসম।
১৬ নৱেম্বৰ,২০২৬। (সোমবাৰ)।
সময়- দিনৰ ১০.৩০ বজাৰ পৰা
আয়োজক - কনকলতা দাস জৈৱবৈচিত্ৰ্য উদ্যান,
কলাই গাওঁ। ওদালগুৰি জিলা। অসম।
@StorkSister
1
153
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ওদালগুৰি জিলাৰ, জিলা পৰ্যায়ৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সমূহ অহা ২০ নৱেম্বৰ তাৰিখে লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুল কলাইগাঁৱত অনুষ্ঠিত হ'ব। জিলা ভিত্তিক এই প্ৰতিযোগিতাত ওদালগুৰি, ৰৌতা, মাজবাট, ভেৰগাঁও, খৈৰাবাৰী আৰু কলাইগাও ব্লকৰ নিৰ্বাচিত ছাত্ৰ ছাত্ৰী সকলে এই প্ৰতিযোগিতাত যোগদান কৰিব। বিজ্ঞান ভিত্তিক চিত্ৰাংকন, মডেল, আকস্মিক বক্তৃতা আৰু বিজ্ঞান লিখনি প্ৰতিযোগিতাত ১ম আৰু ২য় স্হান লাভ কৰা সকলে ২৯, ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হ'ব লগীয়া ৰাজ্যিক বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিব পাৰিব। সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলো।🙏
1
62
অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ অধীনৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কলাই গাওঁ ব্লকৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সমূহ ( মডেল, আকস্মিক বক্তৃতা, পোষ্টাৰ ড্ৰয়িং আৰু বিজ্ঞান লিখনি) ১২/১১/২০২৬ তাৰিখে লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুল, কলাইগাঁৱত অনুষ্ঠিত হয়। মুঠ ১২ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰা এই প্ৰতিযোগিতাৰ ফলাফল:
(ক) বিজ্ঞান মডেল:
১ম- গীতাৰ্থ কৃষ্ণ ভাৰতী (শংকৰদেৱ জাতীয় বিদ্যালয়, দলংঘাট)।
২য়- সৃষ্টি বৰুৱা আৰু জিন্টি দাস (নেশ্যনেল পায়নিয়াৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, টংলা)
৩য়-জোলান্তা ডেকা, নাৰ্গিছ আলম আৰু জুৰিটি শিৱম (লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুল, কলাইগাঁও)
(খ) আকস্মিক বক্তৃতা -
১ম-ঋষিকা চৰকাৰ
২য়- কিন্জাল কাশ্যপ
(অৰুনোদয় একাডেমী, টংলা)
৩য়- নিয়ৰ ৰাভা ( নেশ্যনেল পায়নিয়াৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, টংলা)।
(গ) ড্ৰয়িং:
১ম- সন্জনা বড়ো (নেশ্যনেল পায়নিয়াৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, টংলা)।
২য়- দেৱ প্ৰিয়া সিনহা ( লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুল, কলাই গাঁও)
৩য়- ৰাইহান আখতাৰ (ভোলাবাৰী হাইস্কুল)।
(ঘ): বিজ্ঞান লিখনি
১ম- নিয়ৰ ৰাভা
২য়- ধনজিৎ ৰাভা (নেশ্যনেল পায়নিয়াৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, টংলা)।
৩য়- ঋষিকা চৰকাৰ (আৰুনোদয় একাডেমী, টংলা)।
অহা ২০ নৱেম্বৰ তাৰিখে, লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুল কলাইগাঁৱত জিলা ভিত্তিক প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব।
2
152
Congratulations Paninna Mori for being crowned as Femina Miss India Arunachal Pradesh
@ChownaMeinBJP
Happy to reunite with my Cotton College friend Swapnanil Baruah ( son of great Assamese singer late Rudra Baruah) at Gaja Utsav 2026 being held at Faculty School Complex, North Guwahati on 12/11/2026. The event was organised by Wildlife Trust of India, Hati Bandhu and Intach, Assam Chapter.
(North Guwahati, 12/11/2026)
5
219
Attended Gaja Utsav 2026 being held at Faculty School Complex, North Guwahati on 12/11/2026. The event was organised by Wildlife Trust of India, Hati Bandhu Assam and Intach, Assam Chapter.
Happy to see loco pilots of NF Railway being felicitated on the occasion. It is very important to see the role of loco pilots of NF Railway in mitigating deaths of wild elephants on railway tracks.
@wti_org_india @gm_nfr
2
122
Mr Aranyak Saikia, District Commissioner,Nagaon district of Assam addressing a session of Gaja Utsav 2026 being held at Faculty Complex, North Guwahati on 12/11/2026. The event was organised by Wildlife Trust of India, Hati Bandhu Assam and Intach, Assam Chapter. The panel was conducted by senior journalist Sri Pranoy Bordoloi
5
171


























